সাঁচ:আজিৰ উদ্ধৃতি/জুলাই-২০২৩/৩১

ৱিকিউদ্ধৃতিৰ পৰা
“পৃথিৱীৰ বেছিভাগ গুৰুত্বপূৰ্ণ কামেই এনেকুৱা মানুহে সম্পন্ন কৰিছে, যিসকলে কোনোধৰণৰ আশাই নথকা যেন লগাৰ পাছতো চেষ্টা অব্যাহত ৰাখিছিল।”
~ ডেল কাৰ্নেগী ~