সাঁচ:আজিৰ উদ্ধৃতি/জুলাই-২০২৩/১৮

ৱিকিউদ্ধৃতিৰ পৰা
“চৰিত্ৰত জাতীয়তাবোধ নাথাকিলে সেই দেশৰ অস্তিত্বৰ লগতে ভাষা, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি আদিও নাথাকে৷ নিৰ্ভেজাল জাতীয়তাবোধ বা চেতনা নাথাকিলে সেই জাতিয়ে বা দেশে প্ৰগতিৰ পথত আগুৱাব নোৱাৰে৷”
~ অম্বিকাগিৰি ৰায়চৌধুৰী ~