সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/জুন-২০২৩/৭

ৱিকিউদ্ধৃতিৰ পৰা
“বাস্তৱতে মানসিক, আধ্যাত্মিক, সামাজিক, ৰাজনৈতিক, ব্যক্তিগত এনে কোনো অভিজ্ঞতা নাই যি সাহিত্যৰ অন্তৰঙ্গ হোৱা নাই৷ সপোনৰ ছঁয়াময়া অভিজ্ঞতাৰও সাহিত্যৰ আকৰ্ষণ শক্তিৰ বশ হৈছে৷”
~ কৃষ্ণকান্ত সন্দিকৈ ~