সাঁচ:আজিৰ উদ্ধৃতি/জুন-২০২৩/১৮

ৱিকিউদ্ধৃতিৰ পৰা
“কেতিয়াবা আপুনি যদি কিবা এটা মূল্যৱান বস্তু ত্যাগ কৰে, আপুনি প্ৰকৃততে সেইটো হেৰুৱাই পেলোৱা নাই। আপুনি মাত্ৰ ইয়াক আন কাৰোবাৰ হাতলৈ যাব দিছে।”
~ দ্য ফাইভ পিপল ইউ মিট ইন হেভেন (২০০৩), (মিটচ্ এলবম) ~