মিটচ্ এলবম
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক

মিচেল ডেভিড এলবম (ইংৰাজী: Mitchell David Albom; জন্ম: ২৩ মে', ১৯৫৮) এগৰাকী ক্ৰীড়া লেখক, ঔপন্যাসিক, ডেট্ৰইট ফ্ৰী প্ৰেছ কাকতৰ স্তম্ভলেখক, ছিণ্ডিকেটেড ৰেডিঅ'ৰ আয়োজক, আৰু দূৰদৰ্শন ভাষ্যকাৰ।
উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]
টিউজডেইজ ৱিথ মৰি (১৯৯৭)[সম্পাদনা কৰক | উৎস সম্পাদনা]
- হৃদয়ৰ পৰা অহা ধৰণৰ কামবোৰ কৰক। যেতিয়া আপুনি সেইটো কৰিব, আপুনি অসন্তুষ্ট নহ’ব, আপোনাৰ ঈৰ্ষা নাজাগিব, আপুনি আন কাৰোবাৰ বস্তুৰ বাবে হাহাকাৰ নকৰিব৷ ইয়াৰ বিপৰীতে যিখিনি ঘূৰাই পাব, তাক লৈ আপুনি আপ্লুত হ’ব৷[১]
- যেতিয়া আপুনি কেনেকৈ মৰিব লাগে শিকে, আপুনি কেনেকৈ জীয়াই থাকিব লাগে, সেইটো শিকে।[১]
- প্ৰেম অবিহনে আমি ডেউকা ভঙা চৰাই।
- মৃত্যুৱে এটা জীৱন শেষ কৰে, সম্পৰ্ক শেষ নকৰে।
- জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল প্ৰেম কেনেকৈ দিব লাগে সেইটো শিকা, আৰু ইয়াক গ্ৰহণ কৰিবলৈ শিকা।[১]
দ্য ফাইভ পিপল ইউ মিট ইন হেভেন (২০০৩)[সম্পাদনা কৰক | উৎস সম্পাদনা]
- "অচিনাকি মানুহবোৰো পৰিয়ালৰেই অংশ যাক আপুনি এতিয়াও জানিবলৈ বাকী আছে।"[২]
- কেতিয়াবা আপুনি যদি কিবা এটা মূল্যৱান বস্তু ত্যাগ কৰে, আপুনি প্ৰকৃততে সেইটো হেৰুৱাই পেলোৱা নাই। আপুনি মাত্ৰ ইয়াক আন কাৰোবাৰ হাতলৈ যাব দিছে।
উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]