সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৪/৯

ৱিকিউদ্ধৃতিৰ পৰা
“আধুনিক মানুহৰ আটাইতকৈ ডাঙৰ সমস্যা হ’ল, তেওঁলোকে তৎক্ষণাতে সকলো কাম্য বস্তু লাভ কৰিব বিচাৰে৷ এইবোৰৰ বাবে যি প্ৰকাণ্ড সাধনাৰ প্ৰয়োজন এই কথা অনেকেই গভীৰভাবে ভাবিব নোৱাৰে৷”
~ মামণি ৰয়ছম গোস্বামী ~