সাঁচ:আজিৰ উদ্ধৃতি/জানুৱাৰী-২০২৪/৭

ৱিকিউদ্ধৃতিৰ পৰা
“চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায় সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে, প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ।”
~ সাৰথি (সত্যনাথ বৰা) ~