সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৪/৩০

ৱিকিউদ্ধৃতিৰ পৰা
“যি কাম কৰিলে মনত কোনো অন্তৰ্দ্বন্দ্ব নহয়,চৌব্বিশ ঘণ্টা তুমি প্ৰশান্তিত থাকিব পাৰা, সেয়াই নিশ্চয় ভাল কাম।”
~ অনুৰাধা শৰ্মা পূজাৰী ~