সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৪/২৬

ৱিকিউদ্ধৃতিৰ পৰা
“এদিন সকলো পাপীয়েই, সকলো পাপী দেশেই অনুতাপ কৰিব লাগিব৷ পৃথিৱীৰ মানুহে এফালে যেনেকৈ প্ৰবল মাৰণাস্ত্ৰ তৈয়াৰ কৰিছে, আনফালে তেনেকৈ তৈয়াৰ কৰিছে প্ৰেমৰ মহাস্ত্ৰ৷”
~ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ~