সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৪/২২

ৱিকিউদ্ধৃতিৰ পৰা
“জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ মহৎ সাহিত্য সৃষ্টি কৰা সম্ভৱ নহয়৷ লেখকৰ দায়বদ্ধতা বুলি যদি কিবা থাকে, তেনেহ’লে সেইটো হ’ল, জনসাধাৰণৰ সৈতে একাত্ম হোৱা৷ গজদন্ত মিনাৰত থাকি জীৱন্ত আৰু প্ৰাণস্পন্দনসমন্বিত সাহিত্য সৃষ্টি কৰা সম্ভৱ নহয়৷”
~ শীলভদ্ৰ ~