সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৩/২২

ৱিকিউদ্ধৃতিৰ পৰা
“যদি জীৱনৰ কোনো অৰ্থ আছেই, তেন্তে দুখ-যন্ত্ৰণাৰ মাজতো অৰ্থ থাকিব লাগিব। যন্ত্ৰণা জীৱনৰ এক মচিব নোৱাৰা অংশ, সেয়া আনকি নিয়তি আৰু মৃত্যুৰ ৰূপতো হ'ব পাৰে।”
~ ভিক্টৰ ফ্ৰাংকল ~