সাঁচ:আজিৰ উদ্ধৃতি/ছেপ্টেম্বৰ-২০২৩/১

ৱিকিউদ্ধৃতিৰ পৰা
“মনোভাৱ এটা পছন্দ। সুখ এটা পছন্দ। আশাবাদ এটা পছন্দ। দয়া এক পছন্দ। দান কৰাটো এটা পছন্দ। সন্মান কৰাটো এটা পছন্দ। আপুনি কৰা বাছনি বা পছন্দবোৰেই আপোনাক মানুহ হিচাপে গঢ় দিয়ে। গতিকে সদায়ে ভাৱি-চিন্তি পছন্দবোৰ ঠিক কৰক।”
~ ৰয় টি বেনেট ~