সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৪/১৬

ৱিকিউদ্ধৃতিৰ পৰা
“অত্যধিক লোভৰ বাবেই পৃথিৱীৰ বুৰঞ্জীত বহু নগৰেই বাসৰ অযোগ্য হৈ উঠিছে আৰু উঠিব তাত সন্দেহ নাই৷”
~ প্ৰণৱজ্যোতি ডেকা ~