সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৪/১৫

ৱিকিউদ্ধৃতিৰ পৰা
“সচেতনতা আৰু জাগৰণৰ মাজত পাৰ্থক্য হ’ল- সচেতনতা হ’ল ইন্ধন, জাগৰণ হ’ল এক প্ৰকাৰ অগনি যি অগনিয়ে দুষ্কৃতিক পুৰি ন সৃষ্টিৰ ন গজালি গজাত সহায় কৰে৷”
~ ভূপেন হাজৰিকা ~