সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৩/৩

ৱিকিউদ্ধৃতিৰ পৰা
 
“যিজন কোৱাত কম কামত বেছি, তেৱেঁই প্ৰথম শ্ৰেণীৰ কৰ্ম্মী; যিজনে যেনেকৈ কয় তেনেকৈ কৰে, তেওঁ মধ্যম শ্ৰেণীৰ কৰ্ম্মী; যিজনে কয় বেছি, কামত কম, তেওঁ তৃতীয় শ্ৰেণীৰ কৰ্ম্মী; আৰু যিজনৰ ক’বলৈও আলস্য, কৰিবলৈও আলস্য সেইজনেই অধম।”
~ ঠাকুৰ অনুকূলচন্দ্ৰ ~