সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৩/২৯

ৱিকিউদ্ধৃতিৰ পৰা
“আনৰ কথাত কাণ নিদিবা, অন্তৰ উজাৰি তোমাৰ মনৰ গোপনীয় কথা কাকো নক’বা৷ কাৰণ সেই বন্ধুজন কেতিয়াবা শত্ৰু হ’লে তোমাৰ গোপন কথা জগতে জানিব৷”
~ তুলসীদাস ~