সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৩/২৩

ৱিকিউদ্ধৃতিৰ পৰা
“প্ৰত্যেকজন মানুহৰ বাবে মাতৃবোৰ একোখন আইনা৷ মাক হেৰাই যোৱা মানে জীৱনৰ প্ৰতিচ্ছবি হেৰাই যোৱা৷ মাতৃ বিয়োগৰ সৈতে হেৰায় একোজন পূৰ্ণাংগ মানুহৰ জন্মঠিকনা, শৈশৱ-কৈশোৰ৷”
~ জলছবি, (অনুৰাধা শৰ্মা পূজাৰী) ~