সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৩/২২

ৱিকিউদ্ধৃতিৰ পৰা
“তোমালোকে যদি প্ৰকাশ্যভাৱে দান-দক্ষীণা কৰা তেন্তে এয়া ভাল। আৰু যদি গোপনে অভাৱগ্ৰস্তলোকক দান কৰা, তেন্তে এয়া তোমালোকৰ বাবে অতি উত্তম। এই নীতি মানি চলিলে তোমালোকৰ বহু পাপ মোচন হ’ব। (২ঃ২৭১)”
~ কোৰান ~