সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৩/২১

ৱিকিউদ্ধৃতিৰ পৰা
“যি পুৰুষ বা তিৰোতাক আমি সম্পূৰ্ণৰূপে জানো, তেনে পুৰুষ বা তিৰোতাক ভালপোৱাটো সম্ভৱ নহয়৷ আমাৰ হৃদয়ত প্ৰেম জাগ্ৰত কৰে এনে পুৰুষ বা এনে তিৰোতাইহে, যাৰ জীৱনৰ বা ব্যক্তিত্বৰ কিবা এটা অংশ চিৰকাল আমাৰ পৰা গোপন হৈ থাকে৷”
~ পল ভালেৰি ~