সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৩/২০

ৱিকিউদ্ধৃতিৰ পৰা
“উচ্চাকাংক্ষা থাকিলেও উদ্দীপনাৰ প্ৰয়োজন৷ যি মানুহৰ মাজত এই গুণটো স্বাভাৱিক পৰিমাণে থাকে, তেওঁ যি কাম সম্পন্ন কৰিবলৈ আগবাঢ়িব, সেই কাম সিমানেই কঠিন আৰু কষ্টসাধ্য নহওক কিয়, তেওঁৰ মানত সেই কাম আনুষংগিক কামৰ দৰেই সহজ যেন হ’ব৷”
~ ডেল কাৰ্নেগী ~