সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৩/১৭

ৱিকিউদ্ধৃতিৰ পৰা
“লুইতপৰীয়া সাংস্কৃতিক প্ৰতীক বুলি বহাগ বিহু এইকাৰণেই ক’ব পাৰি যে বহাগ বিহুৰ গীত, নৃত্য, আচাৰ-অনুষ্ঠানে অসমীয়া মানহুৰহ জীৱন-যাত্ৰা আৰু জীৱনাদৰ্শন স্বৰূপাৰ্থত বহন কৰিছে৷”
~ নিৰ্মলপ্ৰভা বৰদলৈ ~