সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৩/১৫

ৱিকিউদ্ধৃতিৰ পৰা
“ব’হাগ মাথোঁ এটি ঋতু নহয়,
নহয় ব’হাগ এটি মাহ৷
অসমীয়া জাতিৰ ই আয়ুস ৰেখা,
গণ জীৱনৰ ই সাহ৷”
~ ভূপেন হাজৰিকা ~