সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৩/১১

ৱিকিউদ্ধৃতিৰ পৰা
“নিজৰ সুখেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন অসৎ লোক, আনৰ প্ৰশংসা পোৱাটোৱেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন দুৰ্বল আৰু আনৰ সুখেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন সৎ লোক৷”
~ লিঅ’ টলষ্টয় ~