সাঁচ:আজিৰ উদ্ধৃতি/আগষ্ট-২০২৪/৪
অৱয়ব
“শিক্ষাদান ফলপ্ৰসূ কৰিবলৈ হ’লে একনিষ্ঠ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপযোগী শিক্ষা পদ্ধতিৰ উপৰি আৰু এটা বস্তুৰ আৱশ্যক, সি হ’ল উপযুক্ত পাঠ্যপুথি। শিক্ষনীয় বিষয়সমূহ ছাত্ৰ-ছাত্ৰীৰ হৃদয়ংগম হ’ব পৰাকৈ সহজ-সৰল ভাষাত উপস্থাপিত কৰিব পৰাটো পাঠ্যপুথিৰ প্ৰধান গুণ।” |
~ হিৰণ্ময়ী দেৱী ~ |