সাঁচ:আজিৰ উদ্ধৃতি/আগষ্ট-২০২৩/২৫

ৱিকিউদ্ধৃতিৰ পৰা
“সাহিত্যৰ জাত নাই, ধৰ্ম নাই৷ সেইদৰে সাহিত্যিকৰো জাত নাই, ধৰ্ম নাই৷ সাহিত্যিকৰ ধৰ্ম সদায় মানৱ ধৰ্ম৷ লিখিলেই গীত, লিখিলেই গল্প নহয়৷ জীৱনৰ অভিজ্ঞতাৰ নিটোল নিৰ্যাস হ’লেহে সাহিত্য৷”
~ নিৰ্মলপ্ৰভা বৰদলৈ ~