সাঁচ:আজিৰ উদ্ধৃতি/আগষ্ট-২০২৩/২২

ৱিকিউদ্ধৃতিৰ পৰা
“সমাজৰ পৰা কানি, মদ, ভাং – এই তিনিটা বৰবিহ একেবাৰে আঁতৰাবলৈ হ’লে মতা-মাইকী উভয়ে শিক্ষিত হ’ব লাগিব। বিশেষকৈ তিৰোতা জাতিটো। তিৰোতা জাতিটো শিক্ষিত হ’লে আগলৈ জন্ম লোৱা সন্তানবিলাকো শিক্ষিত হ’ব। কিয়নো সন্তানে পোন প্ৰথমে মাকৰ পৰাহে শিক্ষা পায়”
~ ৰজনীকান্ত বৰদলৈ ~