সাঁচ:আজিৰ উদ্ধৃতি/আগষ্ট-২০২৩/১

ৱিকিউদ্ধৃতিৰ পৰা
“অসমীয়াই সকলো এৰিব পাৰে, কিন্তু কামাখ্যা গোঁসানী, শংকৰদেৱৰ ভাগৱত আৰু ৰাম সৰস্বতীৰ মহাভাৰত এৰিলে অসমীয়াৰ অস্তিত্ব নিৰৰ্থক, নিষ্প্ৰভ৷”
~ সূৰ্য্যকুমাৰ ভূঞা ~