সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৪/৯

ৱিকিউদ্ধৃতিৰ পৰা
“সাহিত্য বুলি বেলেগ কোনো বস্তু নাই৷ মানৱৰ সুখ-দুখ, হাঁহি-অশ্ৰু, আৱেগ-অনুভূতি য’ত সুন্দৰভাৱে মূৰ্ত হয় সেয়ে বিশ্বসাহিত্য৷”
~ মহেশ্বৰ নেওগ ~