সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৪/৭

ৱিকিউদ্ধৃতিৰ পৰা
“কল্পনা আৰু বাস্তৱৰ আলম লৈয়ে সপোনৰ জন্ম। মানুহে সপোন দেখে, সপোনত কথা কয়, সপোনত হাঁহে, সপোনত কান্দেও — সি বাস্তৱৰে অসংলগ্ন পুনৰাভিনয়।”
~ কাঞ্চন বৰুৱা ~