সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৪/২৭
অৱয়ব
“ধৰ্মৰ বিভিন্নতা আছেই আৰু থকা উচিত৷ কিন্তু ধৰ্মসমূহৰ মূল ঐক্যৰ ওপৰত গুৰুত্ব দিয়া উচিত৷ ........ এই বিভিন্ন অনৈক্যসমূহেই আমাৰ বৈচিত্ৰৰ সৃষ্টি কৰিছে৷ এই বৈচিত্ৰৰ মাজত ঐক্যৰ সৃষ্টি কৰাই হৈছে আমাৰ চিৰকালৰ জাতীয় সাধনা৷ অৰ্থাৎ ঐক্য সৃষ্টি কৰা মানে বৈচিত্ৰ ধ্বংস কৰা নহয়, বৈচিত্ৰৰ সংৰক্ষণ কৰাহে৷” |
~ মহিম বৰা ~ |