সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৪/২১

ৱিকিউদ্ধৃতিৰ পৰা
“গৰম পোছাকে যিদৰে আমাক শীতৰ পৰা ৰক্ষা কৰে, ধৈৰ্যই সেইদৰে আঘাতৰ পৰা ৰক্ষা কৰে৷ শীত বঢ়াৰ আগতেই যদি নিজক ঢাকি ৰাখিব পৰা যায়, তেন্তে শীতে কোনো ক্ষতি কৰিব নোৱাৰিব৷ ঠিক তেনেকৈয়ে, যিমানেই ডাঙৰ আঘাত আহিব, সিমানেই নিজকে ধৈৰ্যশীল কৰি তোলা৷ তেতিয়া কোনো আঘাতেই তোমাৰ আত্মাক স্পৰ্শ কৰিব নোৱাৰিব৷”
~ লিঅ'নাৰ্ড' দা ভিন্সি ~