সমললৈ যাওক

সাঁচ:আজিৰ উদ্ধৃতি/অক্টোবৰ-২০২৪/২০

ৱিকিউদ্ধৃতিৰ পৰা
“আমাৰ কোনো এজনৰ বাবে জীৱনটো সহজ নহয়। কিন্তু তাৰ কথা কি ক’ব? আমি অধ্যৱসায় আৰু সৰ্বোপৰি নিজৰ ওপৰত আস্থা ৰাখিব লাগিব। আমি বিশ্বাস কৰিব লাগিব যে আমি কিবা নহয় কিবা কামত পটু আৰু যিকোনো উপায়ে সেয়া লাভ কৰিব লাগিব।”
~ মেৰী কুৰী ~