এৰিক টেম্পল বেল

ৱিকিউদ্ধৃতিৰ পৰা
এৰিক টেম্পল বেলৰ ছবি

এৰিক টেম্পল বেল (৭ ফেব্ৰুৱাৰী ১৮৮৩ - ২১ ডিচেম্বৰ ১৯৬০) আছিল এগৰাকী ব্ৰিটিছ গণিতজ্ঞ তথা কল্পবিজ্ঞান লেখক।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ইউক্লিডে মোক শিকাইছিল যে অনুমান অবিহনে কোনো প্ৰমাণ নাথাকে। গতিকে যিকোনো যুক্তিত অনুমানবোৰ পৰীক্ষা কৰক।[১]
  • "স্পষ্ট" শব্দটোৱেই হৈছে গণিতৰ আটাইতকৈ বিপদজনক শব্দ।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. H. Eves, Return to Mathematical Circles., Boston: Prindle, Weber and Schmidt, 1988.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: