সমললৈ যাওক

সত্যেন্দ্ৰনাথ বসু

ৱিকিউদ্ধৃতিৰ পৰা
১৯২৫ চনত সত্যেন্দ্ৰনাথ বসু

সত্যেন্দ্ৰনাথ বসু (১ জানুৱাৰী, ১৮৯৪ – ১০ জানুৱাৰী, ১৯৭৪) আছিল এগৰাকী ভাৰতীয় গণিতজ্ঞ তথা তাত্ত্বিক পদাৰ্থ বিজ্ঞানী।

  1. যিয়ে কয় যে বাংলা ভাষাত বিজ্ঞান চৰ্চা কৰাটো সম্ভৱ নহয়, তেওঁ হয়তো বাংলা ভাষা নাজানে অথবা বিজ্ঞান তেওঁৰ বোধগম্য নহয়।[১]
  2. এইটো ঠিক যে দেশ বুলিলে যদি দেশৰ লোকসকলক বুজায়, কেৱল শিক্ষিত বা নেতাসকলেৰে নহয়, যদি ভবা যায় দেশৰ সাধাৰণ লোকসকলেই দেশ, তেন্তে এওঁলোক শিক্ষিত হ’লেইতো দেশক উন্নত বুলি ক’ব পৰা যাব৷[১]
  1. ১.০ ১.১ সত্যেন্দ্ৰনাথ বসুৰ জীৱনী. আহৰণ কৰা হৈছে: 13 আগষ্ট 2023.