শৰৎচন্দ্ৰ গোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা

শৰৎচন্দ্ৰ গোস্বামী (ইংৰাজী: Sarat Chandra Goswami; ১৮৮৭ - ১৯৪৪) অসমৰ এজন শিক্ষাবিদ, সাহিত্যিক, গৱেষক আৰু সুসংগঠক আছিল। ১৮৮৭ চনৰ ১২ মে' তাৰিখে নলবাৰীৰ নাৰায়নপুৰ সত্ৰত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃ ললিতচন্দ্ৰ গোস্বামী অসমীয়া পদ-পুথি ‘কেলি-ৰহস্য’ৰ প্ৰণেতা আছিল। আৰু মাতৃৰ নাম আছিল মুকুন্দপ্ৰিয়া দেৱী।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বাহিৰৰ তীৰ্থ দৰ্শনতকৈ অন্তৰ শুদ্ধিহে আচল তীৰ্থ।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]