সমললৈ যাওক

লুকা পেচিওলি

ৱিকিউদ্ধৃতিৰ পৰা

ফ্ৰা লুকা বাৰ্টোলোমিও ডি পাচিওলি (কেতিয়াবা পেচিওলি বা পাচিওলো; ১৪৪৭ – ১৯ জুন ১৫১৭) ইটালীৰ এজন গণিতজ্ঞ তথা লিঅ'নাৰ্ড' দা ভিন্সিৰ সহযোগী আৰু বৰ্তমান একাউণ্টিং নামেৰে জনাজাত ক্ষেত্ৰখনত প্ৰাৰম্ভিক অৱদানকাৰী আছিল। তেওঁক ইউৰোপত একাউণ্টিং আৰু বুককিপিংৰ পিতৃ বুলি কোৱা হয়। তেওঁ হিচাপৰক্ষণৰ দ্বৈত প্ৰৱিষ্টি প্ৰণালীৰ ওপৰত কাম কৰি প্ৰকাশ কৰা প্ৰথম ব্যক্তি আছিল। তেওঁৰ জন্মস্থান বৰগো চানচেপোলক্ৰো, টাস্কানিৰ সূত্ৰে তেওঁক লুকা দি বৰগো বুলিও কোৱা হৈছিল।


:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: