মোৰো এটা সপোন আছে

ৱিকিউদ্ধৃতিৰ পৰা

মোৰো এটা সপোন আছে হৈছে ৰুবুল মাউতৰ দ্বাৰা ৰচিত এখন আত্মজীৱনীমূলক গ্ৰন্থ৷

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সপোন প্ৰত্যেকৰে আছেই। অভাৱ-অনাতনে শীৰ্ণ কৰা আমাৰ সমাজৰ কোটি কোটি মানৱৰ স্পন্দন সপোনবোৰ যেন মোৰ কাণত আহি প্ৰতিধ্বনিত হ’লহি। বুকুত গুপুতে পুহি ৰখা এই জীয়া সপোনবোৰৰ গৰাকীয়ে মোক যেন ৰিঙিয়াই কৈছিল— মোৰো এটা সপোন আছে।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ৰুবুল মাউত। মোৰো এটা সপোন আছে। পূৰ্বায়ণ প্ৰকাশন, পৃষ্ঠা:১৫৭।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]