মিৰ্জা গালিব
অৱয়ব
মিৰ্জা গালিব (ইংৰাজী: Mirza Galib) হৈছে সৰ্বকালৰ প্ৰসিদ্ধ উৰ্দু কবিসকলৰ মাজৰ এজন। মিৰ্জা আছাদুল্লা বাইগ খান ৰূপে তেখেতৰ জন্ম হৈছিল৷ গালিব হৈছে তেওঁৰ ছদ্মনাম। ১৭৯৭ চনৰ ২৭ ডিচেম্বৰত আগ্ৰাত গালিবৰ জন্ম হয়। গালিবৰ আনুষ্ঠানিক শিক্ষা সম্বন্ধে ইমান বিতঙকৈ জনা নাযায়৷
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]দ্বিপদী কাব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- প্ৰেমেহে ‘গালিব’ক অকৰ্মণ্য কৰি দিলে
নহ’লে আমিও মানুহ কামৰেই আছিলোঁ।- উৎস: ৰেখতা