সমললৈ যাওক

বশীৰ বদ্ৰ

ৱিকিউদ্ধৃতিৰ পৰা

বশীৰ বদ্ৰ (জন্মৰ নাম চৈয়দ মহম্মদ বশীৰ; ইংৰাজী: Bashir Badr; ১৫ ফেব্ৰুৱাৰী ১৯৩৫) এজন ভাৰতীয় কবি। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত উৰ্দু ভাষাৰ পাঠদান কৰিছিল। তেওঁ মূলতঃ উৰ্দু ভাষাত আৰু বিশেষকৈ গজল লিখে।

  1. প্ৰতিটো স্পন্দিত শিলকেই মানুহে হৃদয় বুলি ভাবে
    বয়স উকলি যায় হৃদয়ক হৃদয় বনাবলৈ।[]
  2. ময়ো পথিক, তুমিও পথিক
    কোনোবাটো কেঁকুৰিত পুনৰ লগ পাম।[]