বশীৰ বদ্ৰ
অৱয়ব
বশীৰ বদ্ৰ (জন্মৰ নাম চৈয়দ মহম্মদ বশীৰ; ইংৰাজী: Bashir Badr; ১৫ ফেব্ৰুৱাৰী ১৯৩৫) এজন ভাৰতীয় কবি। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত উৰ্দু ভাষাৰ পাঠদান কৰিছিল। তেওঁ মূলতঃ উৰ্দু ভাষাত আৰু বিশেষকৈ গজল লিখে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]দ্বিপদী কাব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- প্ৰতিটো স্পন্দিত শিলকেই মানুহে হৃদয় বুলি ভাবে
বয়স উকলি যায় হৃদয়ক হৃদয় বনাবলৈ।[১] - ময়ো পথিক, তুমিও পথিক
কোনোবাটো কেঁকুৰিত পুনৰ লগ পাম।[১]