মাইকেল কানিংহাম

ৱিকিউদ্ধৃতিৰ পৰা

মাইকেল কানিংহাম (ইংৰাজী: Michael Cunningham; জন্ম: ৬ নৱেম্বৰ, ১৯৫২) এজন আমেৰিকান ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ। ১৯৯৮ চনত লিখা উপন্যাস 'দ্য আৱাৰছ'ৰ বাবে তেওঁ বেছিকৈ পৰিচিত। ইয়াৰ বাবে তেওঁ কল্পকাহিনীৰ পুলিৎজাৰ বঁটা আৰু ১৯৯৯ চনত পেন/ফকনাৰ বঁটা লাভ কৰে। কানিংহাম য়েল বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল লেখাৰ জ্যেষ্ঠ প্ৰবক্তা।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. জীৱনক অৱজ্ঞা কৰি তুমি শান্তি বিচাৰি নোপোৱা।[১]


বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মাইকেল কানিংহাম. "বাণী", পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ৫ ডিচেম্বৰ ২০২২.