ব্ৰহ্মা

ৱিকিউদ্ধৃতিৰ পৰা
ব্ৰহ্মাৰ এখন চিত্ৰ

ব্ৰহ্মা (সংস্কৃত: ब्रह्मा) হিন্দুধৰ্মৰ সৃষ্টিৰ দেৱতা। বিষ্ণু আৰু শিৱৰ লগত ব্ৰহ্মদেৱকো ত্ৰিমূৰ্তিৰ মাজৰ এজন বুলি স্থান দিয়া হৈছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • প্ৰাক-বৈদিক যুগত হিন্দু চিকিৎসা ব্যৱস্থাৰ উৎপত্তি ভগৱান ব্ৰহ্মাৰ পৰা হোৱা বুলি কোৱা হয়। জীৱনৰ জ্ঞান ব্ৰহ্মাই দক্ষ প্ৰজাপতি আৰু অশ্বিনীভাতৃদ্বয়ৰ যোগেদি ইন্দ্ৰৰ হাতত অৰ্পণ কৰিছিল। এই কাহিনী কেইবাখনো গ্ৰন্থত একেধৰণেৰে পোৱা যায়।
    • শৰদীনি অৰুণ দহানুকাৰ, উৰ্মিলা মুকুন্দ থাট্টে; আয়ুৰ্বেদ ৰিভিজিটেড, পপুলাৰ প্ৰকাশন, ০১ ফেব্ৰুৱাৰী ২০০০, পৃ. ১১
  • পুৰুষক ব্ৰহ্মা, বিষ্ণু আৰু শিৱ হিচাপে দৃশ্যায়িত কৰাৰ বিপৰীতে প্ৰকৃতিক সৰস্বতী, লক্ষ্মী আৰু শক্তি হিচাপে দৃশ্যায়িত কৰা হৈছিল।
    • দেৱদত্ত পট্টনায়ক; মিথ = মিথ্যা:এ হেণ্ডবুক অৱ হিন্দু মিথ'লজি, পৃ. ৩৯

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: