বাল্মিকী
অৱয়ব

যতক্ৰোংচমিথুনাদেকম অবধীঃ কামমোহিতম॥”
বাল্মিকী (ইংৰাজী: Valmiki), সংস্কৃত ভাষাৰ এজন বৰেণ্য কবি, আৰু ৰামায়ণ মহাকাব্যৰ ৰচয়িতা। ৰামায়ণ খ্ৰীষ্টপূৰ্ব পাঁচৰ পৰা এক শতিকাৰ সময়চোৱাত লিখা হৈছিল। ৰামায়ণৰ পাততে বাল্মীকিৰ নাম উল্লেখ থকা পোৱা যায়। তেওঁক আদিকবি বুলিও জনা যায়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সংস্কৃত শ্লোক:
मां निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौंचमिथुनादेकम् अवधीः काममोहितम्।। - উচ্চাৰণ:
মাং নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতীঃ সমাঃ।
যতক্ৰোংচমিথুনাদেকম অবধীঃ কামমোহিতম॥ - অসমীয়া অনুবাদ:
অনন্তকালৰ দীঘলীয়া বছৰবোৰৰ বাবে আপুনি কোনো জিৰণি নাপাব।
কাৰণ তুমি প্ৰেমত আৰু সন্দেহ নোহোৱাকৈ এটা চৰাই মাৰিলা॥- উইলিয়াম বাকে অনুবাদ কৰা ‘ৰামায়ণ’, মোতিলাল বাণাৰাসীদাস প্ৰকাশন, ১ জানুৱাৰী ২০০০, পৃ. ৭