নোভাক জʼকোভিচ

ৱিকিউদ্ধৃতিৰ পৰা

নোভাক জʼকোভিচ (ইংৰাজী: Novak Djokovic; জন্ম ২২ মে ১৯৮৭) ছাৰ্বিয়া দেশৰ এজন পেছাদাৰী টেনিছ খেলুৱৈ। জ'কোভিচে সামগ্ৰিকভাৱে ২০ টা গ্ৰেণ্ড শ্লাম পুৰুষৰ একক খিতাপ আৰু ৮৪ টা এটিপি একক খিতাপ জয় কৰিছে। ইয়াৰ ভিতৰত আছে অভিলেখসংখ্যক নটা অষ্ট্ৰেলিয়ান অপেন খিতাপ আৰু ৩৬ টা মাষ্টাৰ্ছ ইভেণ্টৰ যুটীয়া অভিলেখ (ৰাফেল নাডালৰ সৈতে)। আধুনিক এটিপি ট্যুৰত সকলোবোৰ "বিগ টাইটেল" জয় কৰা তেওঁ একমাত্ৰ খেলুৱৈ – অৰ্থাৎ চাৰিওটা গ্ৰেণ্ড শ্লাম টুৰ্ণামেণ্ট, নটা এটিপি মাষ্টাৰ্ছ ইভেণ্ট, আৰু এটিপি ফাইনেল। বিশেষকৈ, তেওঁ অপেন এৰাৰ একমাত্ৰ খেলুৱৈ যি দ্বৈত কেৰিয়াৰ গ্ৰেণ্ড শ্লাম অৰ্জন কৰিছে। লগতে কেৰিয়াৰ গোল্ডেন মাষ্টাৰ্ছ সম্পূৰ্ণ কৰা তেওঁ একমাত্ৰ খেলুৱৈ।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

বিশ্বৰ ১ম স্থানৰ হোৱাৰ বাবে, মই এতিয়াও টেনিছ এৰি যোৱাৰ বিষয়ে চিন্তা কৰাৰ কোনো কাৰণ নাই। আপুনি জানে, মই এই মুহূৰ্তত সঁচাকৈয়ে ভাল ঠাইত আছোঁ।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]