সমললৈ যাওক

নিৰুপমা বৰগোহাঞি

ৱিকিউদ্ধৃতিৰ পৰা

নিৰুপমা বৰগোহাঞি (ইংৰাজী: Nirupama Borgohain; ১৭ মাৰ্চ, ১৯৩২-) একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু ফ্ৰীলান্স সাংবাদিকৰূপে প্ৰসিদ্ধ। নিৰুপমা তামুলীয়ে (বিবাহ পূৰ্ব উপাধি) ছাত্ৰী অৱস্থাৰ পৰাই সাহিত্য চৰ্চ্চা কৰিবলৈ লয় যদিও "ৰামধেনু"ত প্ৰকাশিত "এনথ্ৰ’প’ল’জিৰ সপোন" নামৰ গল্পটোৰেই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ১৯৯৬ চনত প্ৰকাশিত "অভিযাত্ৰী" গ্ৰন্থৰ বাবে তেখেতক সাহিত্য অকাডেমি বঁটা আৰু ২০০৩ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল।

  1. “আমাৰ মধ্যবিত্তসকলৰ সযত্নে পালিত শিশুবোৰৰ প্ৰকৃত শৈশৱ নাই৷”[১]
  2. জীৱনৰ পৰা মোৰ সাহিত্য সৃষ্টি বিচ্ছিন্ন নহয়৷ কিয়নো, মই যিদৰে জীৱন যাপন কৰোঁ, সেইদৰেই লিখোঁ৷[২]
  1. গোস্বামী, ত্ৰিদিব (২০১২)। মহৎ লোকৰ বাণী। গুৱাহাটী। বনলতা। আহৰণ কৰা হৈছে: ৮ ছেপ্টেম্বৰ ২০২১।
  2. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, পৃ: নং, ৩৪০ প্ৰকাশক: উৎপল হাজৰিকা, বাণী মন্দিৰ
:w:
:w: