দীৱাৰ (চলচ্চিত্ৰ)

ৱিকিউদ্ধৃতিৰ পৰা

দীৱাৰ (অৰ্থ: দেৱাল বা বেৰ) হৈছে ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী চলচ্চিত্ৰ। যশ চোপ্ৰাৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনৰ চিত্ৰনাট্য লিখিছিল চালিম-জাভেদে (চালিম খান আৰু জাভেদ আখটাৰ)। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল শশী কাপুৰ, অমিতাভ বচ্চন, নিতু সিং, নিৰূপা ৰয় আৰু পাৰবীন বিবিয়ে।

সংলাপসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

কথোপকথন[সম্পাদনা কৰক | উৎস সম্পাদনা]

বিজয়: আজি মোৰ লগত ঘৰ আছে, গাড়ী আছে, বেংক-বেলেন্স আছে — তোৰ লগত কি আছে?
ৰবি: মোৰ লগত মা আছে।