সমললৈ যাওক

থ্ৰী ইডিয়ট্‌ছ

ৱিকিউদ্ধৃতিৰ পৰা

থ্ৰী ইডিয়ট্‌ছ (ইংৰাজী: 3 Idiots) হৈছে ২০০৯ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী চলচ্চিত্ৰ। ৰাজকুমাৰ হিৰাণীৰ দ্বাৰা পৰিচালিত তথা বিধু বিনোদ চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত এই চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আমিৰ খান, আৰ. মাধৱন আৰু ছৰমান যোশীয়ে। উল্লেখযোগ্য যে চলচ্চিত্ৰখন চেতন ভগতৰ ফাইভ প‌ইণ্ট ছামৱান শীৰ্ষক উপন্যাসখনৰ ওপৰত আধাৰিত।

  • সফল হ’বলৈ নহয়, যোগ্য হ’বলৈ পঢ়া।
  • সফলতাৰ পাছত নোদৌৰিবা, উৎকৰ্ষৰ পাছত দৌৰা, সফলতা জাপ মাৰি তোমাৰ পাছত আহিব।
  • আমাৰ দেশখন আচৰিত, পিজ্জা ৩০ মিনিটত পঠোৱাৰ গেৰাণ্টি দিয়ে... কিন্তু এম্বুলেন্স?