তৰুণ গগৈ

ৱিকিউদ্ধৃতিৰ পৰা

তৰুণ গগৈ (ইংৰাজী: Tarun Gogoi; ১ এপ্ৰিল, ১৯৩৬ — ২৩ নৱেম্বৰ, ২০২০) হৈছে অসমৰ সবাতোকৈ দীৰ্ঘকালীন সময়ৰ বাবে শাসনাধিস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী। তেওঁ কংগ্ৰেছদলৰ এজন আগশাৰীৰ নেতা আছিল। তেওঁৰ দলে অভিলেখসহ একেৰাহে তিনিবাৰকৈ অসমৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰে।[১] ২০০১ চনৰ পৰা ২০১৬ চনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লয়। ২০২০ চনৰ ২৩ নৱেম্বৰ তাৰিখে ক'ভিডৰ উত্তৰকালীন সমস্যা আৰু শৰীৰৰ একাধিক অংগ অচল হৈ পৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গগৈৰ দেহাৱসান ঘটে।[২] তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২১ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষণ প্ৰদান কৰে।[৩][৪]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • বাদ দিয়া হে।[৫]
  • বি টি আৰ শান্তিত থাকিব পাৰিব নেকি যদি অসম অশান্ত হয়।[৬]
  • মিছা কলে কিডাল হ’ব।[৭]
  • বাতৰি কাকতসমূহে নিজৰ বাতৰি প্ৰকাশ কৰাত কম বেছি পৰিমাণে বস্তুনিষ্ঠ, কিন্তু টেলিভিছনৰ কভাৰেজ বহু ক্ষেত্ৰত পক্ষপাতদুষ্ট। মই বাক স্বাধীনতাত বিশ্বাস কৰোঁ, কিন্তু আমি আমাৰ দৃষ্টিভংগীও দাঙি ধৰিব লাগিব।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Congress juggernaut decimates AGP, BJP in Assam. প্ৰকাশক: Hindustan Times (13 May 2011). আহৰণ কৰা হৈছে: 30 August 2012.
  2. Nov 23, TIMESOFINDIA COM / Updated:. Tarun Gogoi death: Former Assam CM Tarun Gogoi passes away at 84 | India News - Times of India (en ভাষাত). প্ৰকাশক: The Times of India.
  3. Padma Awards 2021 announced. প্ৰকাশক: Ministry of Home Affairs. আহৰণ কৰা হৈছে: 26 January 2021.
  4. "Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list", [The Times of India, 25 January 2021. আহৰণ কৰা হৈছে 25 January 2021.
  5. ‘বাদ দিয়া হে’ বুলি ক’বলৈ আৰু নাই তেওঁ…. প্ৰকাশক: অসমীয়া প্ৰতিদিন. আহৰণ কৰা হৈছে: ১৪ মে' ২০২৩.
  6. বি টি আৰ শান্তিত থাকিব পাৰিব নেকি যদি অসম অশান্ত হয় : তৰুণ গগৈ‌. প্ৰকাশক: The Sentinel. আহৰণ কৰা হৈছে: ১৪ মে' ২০২৩.
  7. তৰুণ গগৈ গ'লগৈ. প্ৰকাশক: Janambhumi. আহৰণ কৰা হৈছে: ১৪ মে' ২০২৩.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: