জ্যাঁ-জাক ৰুছো

ৱিকিউদ্ধৃতিৰ পৰা
শিল্পীৰ তুলিকাত ৰুছো

জ্যাঁ-জাক ৰুছো (ইংৰাজী: Jean-Jacques Rousseau) আছিল জেনেভাৰ এজন দাৰ্শনিক, লেখক আৰু সুৰকাৰ। তেওঁৰ ৰাজনৈতিক দৰ্শনে সমগ্ৰ ইউৰোপত আলোকোজ্জ্বল যুগৰ (ইংৰাজী: Age of Enlightenment) প্ৰগতিৰ লগতে ফৰাচী বিপ্লৱৰ কিছুমান দিশ আৰু আধুনিক ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক চিন্তাৰ বিকাশত প্ৰভাৱ পেলাইছিল।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মানুহে স্বাধীন হৈ জন্মগ্ৰহণ কৰে আৰু সকলো ক্ষেত্ৰতে সি শৃংখলিত।[১]
  2. এজন মানুহে নিজকে বহুতৰ প্ৰভু বুলি ভাবিব পাৰে, কিন্তু প্ৰকৃততে তেওঁ সেই সকলৰ তুলনাত অধিক দাসসুলভ।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ এশখন মহৎ গ্ৰন্থ; সম্পাদনা — কনকসেন ডেকা

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: