জৈন ধৰ্ম


জৈনধৰ্ম (সংস্কৃত: जैन धर्म; ইংৰাজী: Jainism) প্ৰাচীন ভাৰতৰ প্ৰৱৰ্তিত এক ধৰ্মমত। বৰ্তমান বিশ্বৰ নানা দেশত এই ধৰ্মমতাৱলম্বীসকলক দেখা যায়। জৈনধৰ্মৰ মূল বক্তব্য হ’ল সকল জীৱৰ প্ৰতি শান্তি আৰু অহিংসাৰ পথ গ্ৰহণ। জৈন দৰ্শন আৰু ধৰ্মানুশীলনৰ মূল কথা হ’ল দৈৱ চৈতন্যেৰ আধ্যাত্মিক সোপানত স্বচেষ্টাৰ যোগেৰে আত্মাৰ উন্নতি সাধন কৰা। যি ব্যক্তি বা আত্মায়ে অন্তৰৰ শক্ৰক জয় কৰি সৰ্বোচ্চ অৱস্থা প্ৰাপ্ত কৰে তাকে জিন (জিতেন্দ্ৰিয়) আখ্যা দিয়া হয়।
উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]
- যি ধৰ্ম পৃথিৱীৰ সকলো জীৱৰ বাবে আশীৰ্বাদস্বৰূপ সেই ধৰ্মৰ প্ৰচাৰ কৰক।
- আচাৰংগ সূত্ৰ, জৈন ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ, হিউমেনিমেলত, পৃ. ১২২
- জৈন পৰম্পৰা অনুসৰি এঘাৰজন শিষ্যৰ ভিতৰত নজনে মহাবীৰৰ জীৱনকালত সৰ্বোচ্চ জ্ঞান লাভ কৰিছিল।
- মহাবীৰৰ উদ্ধৃতি দি চেণ্ডাৰছন বেক, এথিকছ অফ চিবিলাইজেচন ভলিউম ২: ইণ্ডিয়া এণ্ড ছাউথ-ইষ্ট এছিয়া টু ১৮০০
- জৈন ধৰ্মৰ মূল নীতি হ’ল অহিংসা, যিটো বৈষ্ণৱ ধৰ্মৰও নীতি। যিটো তেওঁ [গান্ধী]ৰ পৰিয়ালে পালন কৰিছিল।
- বি.এন. ঘোষ গান্ধীয়ান পলিটিকেল ইকোনমি: প্ৰিন্সিপলছ, প্ৰেক্টিছ এণ্ড পলিছি, পৃ. ৩৪
- গান্ধীয়ে গোটেই জীৱন অহিংসা, অ-অধিকাৰ, সম্প্ৰদায় কল্যাণ দৰ্শনৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাটোক প্ৰত্যক্ষভাৱে জৈন ধৰ্মৰ মৌলিক শিক্ষাক জগৰীয়া কৰিব পাৰি।
- বি.এন. ঘোষ গান্ধীয়ান পলিটিকেল ইকোনমি: প্ৰিন্সিপলছ, প্ৰেক্টিছ এণ্ড পলিছি, পৃ. ৩৪