ছিড্নি স্মিথ
অৱয়ব
ছিড্নি স্মিথ (ইংৰাজী: Sydney Smith; ৩ জুন ১৭৭১ – ২২ ফেব্ৰুৱাৰী ১৮৪৫) এজন ইংৰাজ ধৰ্মগুৰু, সমালোচক, দাৰ্শনিক আৰু বুদ্ধিজীৱি আছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- হতাশাক প্ৰশ্ৰয় নিদিবা৷ এবাৰ প্ৰশ্ৰয় দিলে ই তোমাৰ অভ্যাসৰ অংশ হৈ পৰিব৷
- অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহু প্ৰতিভাৰ অকালতে অপচয় ঘটে৷
- বন্ধুত্ব হ’ব লাগে সকলো বয়সৰ মানুহৰ মাজত, বিপৰীত লিংগৰ মানুহৰ মাজতো৷[১]
লগতে চাওক
[সম্পাদনা কৰক | উৎস সম্পাদনা]বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, বাণী মন্দিৰ, ২০০৩